অসম পেট্ৰকেমিকেলচ লিমিটেডত নিযুক্তি ২০২০
অসম পেট্ৰকেমিকেলচ লিমিটেডত খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
১/পদৰ নাম : ডেপুটি জেনেৰেল মেনেজাৰ
পদৰ সংখ্যা: ০২
দৰমহা: ৩০,০০০ টকাৰ পৰা ১,১০,০০/- টকা প্ৰতি মাহ।
কৰ্ম স্থান: ডিব্ৰুগড়
আবেদনৰ শেষ তাৰিখ: ১৭/০২/২০২০
২/পদৰ নাম : চিনিয়ৰ মেনেজাৰ
পদৰ সংখ্যা: ০২
দৰমহা: ৩০,০০০- ১,১০,০০০ /- টকা প্ৰতি মাহ
কৰ্ম স্থান: ডিব্ৰুগড়
আবেদনৰ শেষ তাৰিখ: ১৭/০২/২০২০
ঠিকনা: General Manager (HR)i/c Assam Petro-Chemicals Limited P.O. Parbatpur, Namrup Dist. Dibrugarh, Pin- 786 623 (Assam)
কেনেদৰে আবেদন কৰিব: ইচ্ছুক প্ৰাৰ্থী সকলে বাইঅ' ডাটাৰ সৈতে আবেদনৰ লগত স্ব-স্বাক্ষৰিত নথিপত্ৰ, বয়সৰ প্ৰমানপত্ৰ, কৰ্মৰত অভিজ্ঞতাৰ প্ৰমানপত্ৰ আদি ২০ দিনৰ ভিতৰত স্পিড পোষ্ট যোগে পঠিয়াব লাগিব।
অধিক জনাৰ বাবে : Click Here
অন্য খবৰৰ বাবে পঢ়ক :কটন বিশ্ববিদ্যালয়ত ৰিচাৰ্ছ এচিচটেন্ট/ফিল্ড ইনভেচটিগেটৰ নিযুক্তি ২০২০