কটন বিশ্ববিদ্যালয়ত ৰিচাৰ্ছ এচিচটেন্ট/ফিল্ড ইনভেচটিগেটৰ নিযুক্তি ২০২০

কটন বিশ্ববিদ্যালয়ত ৰিচাৰ্ছ এচিচটেন্ট/ফিল্ড ইনভেচটিগেটৰ নিযুক্তি ২০২০

কটন বিশ্ববিদ্যালয়ত ৰিচাৰ্ছ এচিচটেন্ট/ফিল্ড ইনভেচটিগেটৰ নিযুক্তি ২০২০

কটন বিশ্ববিদ্যালয়ৰ অস্থায়ী পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/পদৰ নাম : ৰিচাৰ্ছ এচিচটেন্ট

পদৰ সংখ্যা: ০১

বয়স সীমা: কোনো বয়স সীমা নাই।

শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ ৫৫% নম্বৰ ৰ সৈতে আৰু উৰ্ত্তীণ হোৱাৰ লগতে পৰিৱেশ বিজ্ঞান/ পৰিৱেশ অধ্যয়ন সম্পৰ্কীয় বিষয়ত স্নাতকোত্তৰ হব লাগিব।

দৰমহা: ১২,০০০/- প্ৰতি মাহ

২/পদৰ নাম: ফিল্ড ইনভেচটিগেটৰ

পদৰ সংখ্যা: ০

বয়স: কোনো বয়স সীমা নাই

শিক্ষাগত অৰ্হতা: পৰিৱেশ বিজ্ঞান,/ পৰিৱেশ অধ্যয়ন/ আদি বিষয় স্নাতকোত্তৰ ৫৫% নম্বৰ ৰ সৈতে উৰ্ত্তীণ হব লাগিব।

দৰমহা : ৬,০০০/- প্ৰতি মাহ

ৱা্ক-ইন-ইন্টাৰভিউৰ তাৰিখ: ১৫/০২/২০২০ ৰাতিপুৱা ১১:০০ বজাত।

ৱা্ক-ইন-ইন্টাৰভিউৰ স্থান: Department of Environmental Biology and University Science, BKB Building Third Floor, Cotton University.

অধিক জনাৰ বাবে :Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com