মৰিগাওঁ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

মৰিগাওঁ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

মৰিগাওঁ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

মৰিগাঁও উপায়ুক্তৰ কাৰ্য্যালয়ৰ খালী পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ নাম: ব্লক লেভেল ফেচিলেটৰচ ( BLFs)

পদৰ সংখ্যা: ৫ টা [অসংৰক্ষিত]

দৰমহা :১৩,০০০ /- টকা প্ৰতি মাহ, TA/DA খৰচ ৩০০০/- টকা কৈ প্ৰদান কৰা হব।

বয়স সীমা : ২৩ ৰ পৰা ৩০ বছৰ

শিক্ষাগত অৰ্হতা: যি কোনো বিষয়ত স্নাতক হোৱাৰ লগতে সমাজিক খণ্ডত ২ বছৰৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব।

প্ৰাৰ্থীসকলৰ চচিয়েল ৱৰ্ক ত স্নাতক আৰু কম্পিউটাৰৰ জ্ঞান থকাটো জৰুৰী।

কেনেদৰে আবেদন কৰিব: জিলা নিয়োগ বিনিময় কেন্দ্ৰত নাম ৰেজিস্টাৰ কৰিব লাগিব। প্ৰয়োজনীয় নথিপত্ৰ, অভিজ্ঞতা চাৰ্টিফিকেট আৰু ২ খন পাছপোর্ট ফটো সৈতে ষ্টেন্ডাৰড ফৰ্ম ৰ সৈতে জমা দিব লাগিব।

আবেদন সমূহ Block Development Officer of Concerned Development Blocks ঠিকনাত ত ২৫/০২/২০২০ তাৰিখৰ ভিতৰত জমা কৰিব লাগিব।

আবেদনৰ শেষ তাৰিখ: ২৫/০২/২০২০

অধিক জনাৰ বাবে : Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com