সবিশেষ জানক : Click Here
অন্য খবৰ পঢ়ক : ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কতৃপক্ষ নিযুক্তি ২০২০
অসম আৰক্ষীত নিযুক্তি ২০২০
পদৰ নাম- আৰক্ষী কণিষ্টবল ( যোগাযোগ)
পদৰ সংখ্যা- ৮০২
বয়স - ১৮ ৰ পৰা ২৫।
শিক্ষাগত অৰ্হতা- স্বীকৃতি প্ৰাপ্ত বোৰ্ড কাউন্সিলৰ পৰা বিজ্ঞান শাখাত ( পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, গণিত)দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।
অভিজ্ঞতা - এবছৰৰ অভিজ্ঞতা ইলেক্ট্ৰনিকচ টেলিকমিউশিকেছন, কম্পিউটাৰ। ।
দৰমহা - ১৪,০০০ ৰ পৰা ৪৯,০০০
পদৰ নাম- আৰক্ষী কণিষ্টবল (ইউ বি)
পদৰ সংখ্যা- ০৩
বয়স - ১৮ ৰ পৰা ২৫।
শিক্ষাগত অৰ্হতা- স্বীকৃতি প্ৰাপ্ত বোৰ্ড কাউন্সিলৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।
দৰমহা - ১৪,০০০ ৰ পৰা ৪৯,০০০
পদৰ নাম- আৰক্ষী কণিষ্টবল (মেনেজাৰ)
পদৰ সংখ্যা- ০৭
বয়স - ২০ ৰ পৰা ২৪
শিক্ষাগত অৰ্হতা- স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা দশম শ্ৰেণীত উৰ্ত্তীণ হ'ব লাগিব লগতে ড্ৰাইভিং লাইচেন্স থাকিব লাগিব।
দৰমহা - ১৪,০০০ ৰ পৰা ৪৯,০০০
পদৰ নাম- আৰক্ষী কণিষ্টবল (কাৰপেন্টাৰ)
পদৰ সংখ্যা- ০১
বয়স - ১৮ ৰ পৰা ২৫
শিক্ষাগত অৰ্হতা- স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা দশম শ্ৰেণীত উৰ্ত্তীণ হ'ব লাগিব
দৰমহা - ১৪,০০০ ৰ পৰা ৪৯,০০০
বাচনি প্ৰক্ৰিয়া: Physical Standards Tests (PST) and Physical Efficiency Tests (PET). ৰ সহায়ত প্ৰাৰ্থী বাচনি কৰা হ'ব।
কেনেদৰে আৱেদন জনাব: ইচ্ছুক প্ৰাৰ্থীয়ে SLPRB ৰ ৱেবছাইট www.slprbassam.in আৱেদন জনাব পাৰিব।
অন্তিম তাৰিখ- ১৫-০৩-২০২০
সবিশেষ জানক : Click Here
অন্য খবৰ পঢ়ক : ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কতৃপক্ষ নিযুক্তি ২০২০