Begin typing your search above and press return to search.

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কতৃপক্ষ নিযুক্তি ২০২০

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কতৃপক্ষ নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 March 2020 11:22 AM GMT

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কতৃপক্ষ নিযুক্তি ২০২০

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কতৃপক্ষই স্নাতক লাভ কৰা ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম - ব্যক্তিগত সচিব

পদৰ সংখ্যা- ১৫

দৰমহা - ৪৪,৯০০ ৰ পৰা ১,৪২,৪০০

শিক্ষাগত অৰ্হতা- স্নাতক

বয়স - ৫৬ বছৰ

স্থান - গুৱাহাটী, কোছী আৰনাকুলাম, নতুন দিল্লী, গাজিয়াবাদ, চেন্নাই, মুম্বাই , কোছিন

অন্তিম তাৰিখ- ২০/০৪/২০২০

ঠিকনা - Assistant Director (HR), FSSAI, FDA Bhawan, Kotla Road New Delhi.

FSSAI website i.e. www.fssai.gov.in

সবিশেষ জানক : Click Here

অন্য খবৰ পঢ়ক : ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড নিযুক্তি 2020

Next Story
চাকৰি