Begin typing your search above and press return to search.
ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড নিযুক্তি 2020

ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ড নিযুক্তি 2020
ৱেষ্ট অসম মিল্ক প্ৰডিউচাৰ কৰ্পাৰেটিভ উইনিয়ন লিমিটেডে এক্সিকিউটিভ প্ৰজেক্ট (মেকানিকেল/ ইলেক্ট্ৰিকেল) পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আৱেদন বিছাৰিছে । এই পদত নিয়োগ ঠিকাভিত্তিক হব ।
পদৰ নাম -এক্সকিউটিভ প্ৰজেক্ট ( মেকানিকেল/ ইলেকট্ৰিকেল)
পদৰ সংখ্যা – ০২
বয়স – ৩৫ বছৰ
অৰ্হতা – মেকানিকেল/ ইলেকট্ৰিকেলত বি ই / বি টেক হ’ব লাগিব। লগতে ডোমেইন প্ৰজেক্টত কমেও ৪ বছৰৰ অভিজ্ঞতা থাকিব লাগিব ।
দৰমহা – প্ৰতি বছৰে প্ৰায় ৫ লাখ । ( যোগ্যতা, অভিজ্ঞতা, এচাইনমেন্টৰ পেকেজ অনুসৰি)
নিৰ্বাচন প্ৰক্ৰিয়া: ব্যক্তিগত সাক্ষাৎকাৰৰ ভিত্তিত নিৰ্বাচন কৰা হ’ব ।
স্থান – গুৱাহাটী
অন্তিম তাৰিখ : ১৫/০৩/২০২০
সবিশেষ জানক : Click Here
অন্য খবৰ পঢ়ক : এন এন শইকীয়া মহাবিদ্যালয় নিযুক্তি 2020
Next Story