চাকৰি

অসম আৰক্ষীত জেল ৱাৰডাৰ পদত নিযুক্তি ২০২০

Sentinel Digital Desk

অসম আৰক্ষীত জেল ৱাৰডাৰ পদত নিযুক্তি ২০২০

অসম আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি অসম আৰক্ষীত ১৭৩ টা জেল ৱাৰডাৰ পদৰ বাবে আবেদন বিছাৰিছে।

পদৰ নাম- জেল ৱাৰডাৰ

পদৰ সংখ্যা- ১৭৩

পুৰুষৰ পদ- ১৫৩

মহিলাৰ পদ-২০

শিক্ষাগত অৰ্হতা- (পুৰুষৰ বাবে)

স্বীকৃত প্ৰাপ্ত বোৰ্ডৰ পৰা দশম শ্ৰেণীত উৰ্ত্তীণ

প্ৰাৰ্থীয়ে চাইকেল চলাব জানে বুলি প্ৰমান পত্ৰ দিব লাগিব।

শিক্ষাগত অৰ্হতা- (মহিলাৰ বাবে)

অষ্টম শ্ৰেণীত উৰ্ত্তীণ হ'ব লাগিব।

দৰমহা- ১৪,০০০ ৰ পৰা ৪৯,০০০

বয়স - ১৮ ৰ পৰা ৩৮ ( এছ চি/এচ টি/ অবিচি/ এম আ বি চিৰ বাবে ৫ বছৰ বেছি ৰেহাই )

বাচনি প্ৰক্ৰিয়া-Physical Standards Tests (PST) and Physical Efficiency Tests (PET). ৰ সহায়ত প্ৰাৰ্থী বাচনি কৰা হ’ব।

কেনেদৰে আৱেদন জনাব- ইচ্ছুক প্ৰাৰ্থীয়ে ৱেবছাইট https://slprbassam.in/. জৰিয়তে আবেদন জনাব পাৰিব ।

অন্তিম তাৰিখ- ২৫/০৩/২০২০

সবিশেষ জানক : Link 1 | Link 2.