চাকৰি

ARIAS-ত ব্যৱস্থাপনা বিশেষজ্ঞৰ প্ৰয়োজন

Sentinel Digital Desk

পদৰ নামঃ Post-Harvest Management Expert (PHME)।

খালী পদৰ সংখ্যাঃ ০১টা।

বয়সৰ সীমাঃ ৪০ বছৰতকৈ অধিক হ'ব নালাগিব।

দৰমহাঃ বাৰ্ষিক ৬.৬০লাখৰ পৰা ১০.৮০লাখ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ অনলাইন সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ অহা ৩১ আগষ্টৰ ভিতৰত আবেদন পত্ৰ recruitments@arias.in / hrdepariass@gmail.com-লৈ প্ৰেৰণ কৰিব লাগিব।