চাকৰি

অসম এইডছ নিয়ন্ত্ৰণ সমাজৰ চিকিৎসা বিষয়া-স্বাস্থ্যকৰ্মী নিযুক্তি

Sentinel Digital Desk

পদসমূহঃ

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালতঃ

চিকিৎসা বিষয়া ৷

খালী পদৰ সংখ্যাঃ দুটা ৷

দৰমহাঃ ৫০হেজাৰ টকা ৷

সাক্ষাৎকাৰৰ তাৰিখঃ ১৫-০৯-২০২০৷ পুৱা ১০বজাত ৷

স্থানঃ এ এম চি এইচ ৷

যোৰহাট মেডিকেল কলেজঃ

চিকিত্সকঃ

শিক্ষাগত অৰ্হতাঃ এম বি বি এছ। 

নাৰ্ছঃ

খালী পদৰ সংখ্যাঃ এটা ৷

দৰমহাঃ ১৩হেজাৰ টকা ৷

সাক্ষাৎকাৰৰ তাৰিখঃ ১৬-০৯-২০২০ৰ পুৱা ১০বজাত ৷

কেয়াৰ ক'ৰ্ডিনেটৰঃ

খালী পদৰ সংখ্যাঃ এটা ৷

দৰমহাঃ ৬হেজাৰ টকা ৷

সাক্ষাৎকাৰৰ তাৰিখঃ ১৬-০৯-২০২০ৰ পুৱা ১০বজাত ৷