চাকৰি
চি আৰ পি এফত বিশেষজ্ঞ চিকিত্সা বিষয়া নিযুক্তি
চি আৰ পি এফে বিশেষজ্ঞ চিকিত্সা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ৬৯টা।
দৰমহাঃ মাহিলী ৮৫হেজাৰ টকা।
নিযুক্তিৰ স্থানঃ গুৱাহাটী, শিলচৰ, মুজাফৰনগৰ, গান্ধীনগৰ, ৰাঁচী, কোচিন-কোচি-এৰ্ণাকুলাম, ভূপাল, নাগপুৰ, নতুন দিল্লী, এলাহাবাদ আদি।
মৌখিক সাক্ষাতকাৰৰ তাৰিখঃ ১৫-০৯-২০২০ আৰু ১৬-০৯-২০২০।
প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত শিক্ষাগত অৰ্হতা, বয়স, অভিজ্ঞতা আদিৰ প্ৰমাণপত্ৰ আনিব লাগিব। আগ্ৰহী চিকিত্সকে সাক্ষাতকাৰত অৱতীৰ্ণ হ'ব পাৰে।
শিক্ষাগত অৰ্হতাঃ সংশ্লিষ্ঠ বিশেষীকৃত শাখাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।
আৰু পঢ়িব পাৰেঃ অসম পেট্ৰোকেমিকেল লিমিটেডত চিকিত্সা বিষয়াৰ পদখালী