Begin typing your search above and press return to search.

অসম পেট্ৰোকেমিকেল লিমিটেডত চিকিত্সা বিষয়াৰ পদখালী

অসম পেট্ৰোকেমিকেল লিমিটেডে চিকিত্সা বিষয়া(ঠিকাভিত্তিক) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসম পেট্ৰোকেমিকেল লিমিটেডত চিকিত্সা বিষয়াৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Sep 2020 12:34 PM GMT

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ প্ৰথম বছৰত মাহিলী ৬০ হেজাৰ টকা। দ্বিতীয় বছৰত ৬৫ হেজাৰ আৰু তৃতীয় বছৰত ৭০ হেজাৰ টকা।

চাকৰিৰ স্থানঃ ডিব্ৰুগড়।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৬৫বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৯-২০২০।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত এম বি বি এছ। তদুপৰি ৰাজ্যিক বা ভাৰতীয় চিকিত্সা পৰিষদৰ পঞ্জীয়ন থাকিব লাগিব।

শিক্ষা সাং কৰাৰ পাছত দুবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে General Manager (HR), i/c Assam Petro-Chemicals Limited, Namrup , P.O. Parbatpur, Dist. Dibrugarh (Assam), Pin -786 623 (Assam) লৈ আবেদন প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ প্ৰেছ ইনফৰমেচন ব্যুৰ'ত ছ'চিয়েল মিডিয়া এক্সপাৰ্টৰ প্ৰয়োজন

Next Story
চাকৰি