চাকৰি
প্ৰেছ ইনফৰমেচন ব্যুৰ'ত ছ'চিয়েল মিডিয়া এক্সপাৰ্টৰ প্ৰয়োজন
প্ৰেছ ইনফৰমেচন ব্যুৰ’ৱে ছ’চিয়েল মিডিয়া এক্সপাৰ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ০১টা।
দৰমহাঃ ৩৬হেজাৰ টকা।
চাকৰিৰ স্থানঃ গুৱাহাটী।
শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ অধীনত গণ সংযোগৰ স্নাতক ডিগ্ৰী কৰা হব লাগিব। ইংৰাজী আৰু স্থানীয় ভাষাত ভাল দখল থাকিব লাগিব। ইণ্টাৰনেট, এম এছ ৱৰ্ড, এক্সেল, গ্ৰাফিক ডিজাইনিঙৰ কাম জানিব লাগিব। ফেচবুক, টুইটাৰ, ইউটিউব ব্যৱহাৰত অভ্যস্ত হব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪-০৯-২০২০।
আবেদনৰ নিয়মঃ কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হব।
আবেদন জনোৱাৰ বাবে www.becil.com চাওক।
আৰু চাব পাৰেঃ শিক্ষক নিযুক্তিৰ বাবে নবোদয় বিদ্যালয় সমিতিৰ আবেদন আহ্বান