আগ্ৰহী প্ৰাৰ্থীয়ে bankofindia.co.inৰ জৰিয়তে আবেদন জনাব পাৰে ৷ অহা ১৬ছেপ্টেম্বৰৰ পৰা ইয়াৰ আবেদনৰ অনলাইন লিংক আৰম্ভ হ'ব।
এই পদসমূহ গ্ৰেড-৪ পৰ্যন্ত আছে।
মুঠ খালী পদৰ সংখ্যা:২১৪টা ৷
অনলাইন আবেদন আৰম্ভ হোৱাৰ তাৰিখঃ ১৬ছেপ্টেম্বৰ, ২০২০৷
বেংকৰ ৱেবছাইট: www.bankofindia.co.in ৷
শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাৰ স্নাতক ৷
বয়সৰ সীমাঃ ন্যূনতম ২১বছৰ আৰু সৰ্বোচ্চ ৩০বছৰ ৷ চৰকাৰী নিয়মানুসৰি বয়সৰ ৰেহাই প্ৰযোজ্য হ'ব।
প্ৰাৰ্থী বাছনিঃ পৰীক্ষা/সাক্ষাৎকাৰৰ ভিত্তিত হ'ব ৷
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২০।
আৰু চাব পাৰেঃ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেডত এপ্ৰেণ্টিচ নিয়োগ