ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেডত এপ্ৰেণ্টিচ নিয়োগ

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেড(গেছ ক্ৰেকাৰ)-এ এপ্ৰেণ্টিচ নিয়োগৰ বাবে আবেদন বিচাৰিছে ।
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেডত এপ্ৰেণ্টিচ নিয়োগ
Published on: 

পদৰ নামঃ টেকনিচিয়ান এপ্ৰেণ্টিচ।

মুঠ খালী পদৰ সংখ্যাঃ ১৬টা।

টেকনিচিয়ান এপ্ৰেণ্টিচ (মেকানিকেল ইঞ্জিনীয়াৰিং) খালী পদৰ সংখ্যাঃ ০৫টা।

টেকনিচিয়ান এপ্ৰেণ্টিচ(কেমিকেল ইঞ্জিনীয়াৰিং) খালী পদৰ সংখ্যাঃ ০৬টা।

টেকনিচিয়ান এপ্ৰেণ্টিচ(বৈদ্যুতিক ইঞ্জিনীয়াৰিং) খালী পদৰ সংখ্যাঃ ০৫টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০। নিযুক্তিৰ স্থানঃ ডিব্ৰুগড়।

আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে NATS-ৰ portal-ৰ পৰা আবেদন জনাব পাৰিব।