Begin typing your search above and press return to search.

আই আই ই গুৱাহাটীত প্ৰকল্প কাৰ্যবাহী নিযুক্তি

আই আই ই গুৱাহাটীয়ে প্ৰকল্প কাৰ্যবাহী ( Group-1, গণনা) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আই আই ই গুৱাহাটীত প্ৰকল্প কাৰ্যবাহী নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Sep 2020 12:39 PM GMT

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ বি কম( একাউণ্টছ)

অভিজ্ঞতাঃ চৰকাৰী বা ব্যক্তিগত সংস্থাত একাউণ্টছৰ ক্ষেত্ৰখনৰ কামত নূন্যতম পাঁচ বছৰৰ অভিজ্ঞতা থাকিব লাগিব । টেলী একাউণ্টিং ছিষ্টেমৰ কামত দক্ষতা থাকিব লাগিব। কম্পিউটাৰৰ প্ৰাৰম্ভিক জ্ঞান থাকিব লাগিব।

বয়সৰ সীমাঃ ২০২০ৰ ১৫ ছেপ্টেম্বৰত ৩৫ বছৰতকৈ অধিক হ'ব নালাগিব।

দৰমহাঃ ৩০,১৬০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, অসমত বিভিন্ন ধৰণৰ পদখালী

Next Story
চাকৰি