প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, অসমত বিভিন্ন ধৰণৰ পদখালী

প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, অসমত খালী হোৱা নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, অসমত বিভিন্ন ধৰণৰ পদখালী
Published on

পদসমূহঃ

সহকাৰী অভিযন্তা

খালী পদৰ সংখ্যাঃ 0৫ টা।

দৰমহাঃ মাহিলী ৩০ হেজাৰ টকাৰ পৰা এক লাখ ১০ হেজাৰ টকা। লগতে ১২,৭০০টকা।

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কেমিকেল/চিভিল/পৰিৱেশ অভিযান্ত্ৰিকৰ বি ই/বি টেক/এ এম আই ই।

কনিষ্ঠ গাণনিক,

খালী পদৰ সংখ্যাঃ ৩টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯ হেজাৰ টকা। লগতে ৭,৬০০টকাৰ গ্ৰেড পে। তদুপৰি ন্যূনতম ছমাহৰ কম্পিউটাৰ এপ্লিকেচন থাকিব লাগিব।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা বি কম বা এম বি এ। তদুপৰি ন্যূনতম ছমাহৰ কম্পিউটাৰ এপ্লিকেচন থাকিব লাগিব।

প্ৰশাসনিক সহায়ক(২)

খালী পদৰ সংখ্যাঃ ৬টা।

দৰমহাঃ দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯ হেজাৰ টকা। লগতে ৭,৬০০টকাৰ গ্ৰেড পে।

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাৰ স্নাতক ডিগ্ৰী। তদুপৰি ন্যূনতম ছমাহৰ কম্পিউটাৰ এপ্লিকেচন থাকিব লাগিব।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ৩৮ বছৰতকৈ অধিক আৰু ১৮ বছৰতকৈ কম হব নালাগিব। প্ৰাৰ্থীৰ জন্ম ২০০২ৰ এক জানুৱাৰীৰ পূৰ্বে আৰু ১৯৮২ৰ এক জানুৱাৰী বা তাৰ পাছত হব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ আবেদন ১৩-০৯-২০২০ৰ দুপৰীয়া ১২ বজাৰ পৰা ০২-১০-২০২০ৰ মাজনিশালৈকে গ্ৰহণ কৰা হব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com