চাকৰি

নগাঁওৰ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ত নিযুক্তি ২০২০

Sentinel Digital Desk

নগাঁওৰ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ত নিযুক্তি ২০২০

নগাঁওৰ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ত অধ্যক্ষ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰা হৈছে । এই নিযুক্তি ৫ বছৰৰ বাবে ঠিকাভিত্তিক হ'ব ।

পদৰ নাম - অধ্যক্ষ

পদৰ সংখ্যা - ০১

বয়স - ৫৫ বছৰ

শিক্ষাগত অৰ্হতা- স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৫৫% নম্বৰৰ সহায়ত স্নাতকোত্তৰ। পি এই ডি

অভিজ্ঞতা - অধ্যাপক/ সহকাৰী অধ্যাপক হিচাপে ১৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। ইউ জি চিৰ লিষ্টেড জাৰ্নালত কমেও ১০ টা ৰিচাৰ্ছ প্ৰকাশ হ'ব লাগিব।

দৰমহা - ৯,৩০০ ৰ পৰা ৩৪,৮০০

বাচনি প্ৰক্ৰিয়া: ব্যক্তিগত সাক্ষাৎকাৰৰ ভিত্তিত।

কেনেদৰে আৱেদন জনাব : ৩০০০ টকাৰ সহায়ত উপযুক্ত নথি পত্ৰৰ সৈতে পঠিয়াব লাগিব।

অন্তিম তাৰিখ- ০৪-০৪-২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here