চাকৰি

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেডত এপ্ৰেণ্টিচ নিয়োগ

Sentinel Digital Desk

পদৰ নামঃ গ্ৰেজুৱেট/টেকনিচিয়ান এপ্ৰেণ্টিচ।

মুঠ খালী পদৰ সংখ্যাঃ ৭৬টা।

টেকনিচিয়ান এপ্ৰেণ্টিচ (মেকানিকেল ইঞ্জিনীয়াৰিং)

খালী পদৰ সংখ্যাঃ ০৫টা।

টেকনিচিয়ান এপ্ৰেণ্টিচ(কেমিকেল ইঞ্জিনীয়াৰিং)

খালী পদৰ সংখ্যাঃ ০৬টা।

টেকনিকেল এপ্ৰেণ্টিচ(বৈদ্যুতিক ইঞ্জিনীয়াৰিং)

খালী পদৰ সংখ্যাঃ ০৬টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে NATS-ৰ portal-www.mhrdnats.gov.in-ৰ পৰা আবেদন জনাব পাৰিব।