পদৰ নামঃ গ্ৰেজুৱেট/টেকনিচিয়ান এপ্ৰেণ্টিচ।
খালী পদৰ সংখ্যাঃ ১ ৬টা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে NATS-ৰ portal-www.mhrdnats.gov.in-ৰ পৰা আবেদন জনাব পাৰিব।
আৰু পঢ়িব পাৰেঃ বিমানকোঠ কৰ্তৃপক্ষৰ কনিষ্ঠ কাৰ্যবাহী নিযুক্তি