বিমানকোঠ কৰ্তৃপক্ষৰ কনিষ্ঠ কাৰ্যবাহী নিযুক্তি

ভাৰতীয় বিমানকোঠ কৰ্তৃপক্ষই কনিষ্ঠ কাৰ্যবাহী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
বিমানকোঠ কৰ্তৃপক্ষৰ কনিষ্ঠ কাৰ্যবাহী নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ১৮০টা।

দৰমহাঃ মাহিলী ৪০ হেজাৰ টকাৰ পৰা ১লাখ ৪০ হেজাৰ টকা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ২৭ বছৰ। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়স ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৯-২০২০।

আবেদনৰ মাচুলঃ ৩০০টকা। কেৱল অনলাইনত প্ৰেৰণ কৰিব লাগিব। অৱশ্যে এছ চি-এছ টি আৰু মহিলা প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com