চাকৰি

বেচিল লিমিটেডত কেমিষ্টৰ প্ৰয়োজন

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ২টা।

দৰমহাঃ মাহিলী ১৮হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ কাৰ্বি আংলং।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৮-২০২০।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী আৰু অ বি চি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫০০টকা। এছ চি-এছ টি আৰু শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীৰ ক্ষেত্ৰত ২৫০টকা।

প্ৰয়োজনীয় নথি-পত্ৰঃ

১) শৈক্ষিক অৰ্হতা আৰু কৰ্ম-অভিজ্ঞতাৰ প্ৰমাণপত্ৰৰ ফটোকপি।

২)দুকপি পাছপোৰ্ট আকাৰৰ ফটো।

৩)পান কাৰ্ড

৪) আধাৰকাৰ্ড

৫) Broadcast Engineering Consultants India Limited ৰ বাবে নতুন দিল্লীত ভঙাব পৰাকৈ ডিমাণ্ড ড্ৰাফটৰ জৰিয়তে আবেদন মাচুল প্ৰেৰণ কৰিব লাগিব।

ঠিকনাঃ BECIL Bhawan, C-56, A/17, Sector-62, Noida-201301

সবিশেষ জানিবলৈ https://www.becil.com/uploads/vacancy/ca7e2e86e2c5c1b03c666d8d29ddf465.pdfচাওক।