চাকৰি

বোৰ্ডকাষ্ট ইন্জিনিয়াৰিং কনচালটেনচ ইণ্ডিয়া(BECIL)ত নিযুক্তি ২০২০

Sentinel Digital Desk

বোৰ্ডকাষ্ট ইন্জিনিয়াৰিং কনচালটেনচ ইণ্ডিয়া(BECIL)ত নিযুক্তি ২০২০

বোৰ্ডকাষ্ট ইন্জিনিয়াৰিং কনচালটেনচ ইণ্ডিয়া লিমিটেড(BECIL)ত খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম :ছাৰ্ভেয়িৰ আৰু প্ৰোৰ্গেমাৰ

পদৰ সংখ্যা: ৭৭টা

ছাৰ্ভেয়িৰ: ৭৫ টা

প্ৰোৰ্গেমাৰ: ০২ টা

কৰ্ম স্থান: দিল্লী ডেভেলপমেন্ট অথৰেটি, নিউ দিল্লী

আবেদনৰ শেষ তাৰিখ: ১৭/০২/২০২০

শিক্ষাগত অৰ্হতা:

ছাৰ্ভেয়িৰ:

ডিপ্লোমা অথবা দুবছৰীয়া ছাৰ্ভেয়িংত চাৰ্টিফিকেট, জৰীপ কাৰ্যত দুবছৰীয়া অভিজ্ঞতা

প্ৰোগেমাৰ:

ইন্জিনিয়াৰিং ডিগ্রী কম্পিউটাৰ চাইন্স/ কম্পিউটাৰ ইন্জিনিয়াৰিং/ ইলেকট্রনিকচ অথবা স্নাতকোত্তৰ ডিগ্রী কম্পিউটাৰ চাইন্স/ কম্পিউটাৰ এপ্লিকেচন।

এবছৰীয়া ছৰ্ফটৱেৰ ডেভলপমেন্ট, RDBMS আৰু ডাটা প্ৰচেচিং ত অভিজ্ঞতা।

বয়স সীমা: ৩০ বছৰ।

দৰমহা: নির্বাচিত প্রার্থীৰ দৰমহা সংস্থানটোৰ মানদণ্ড অনুযায়ী প্ৰদান কৰা হব।

আবেদনৰ মাচুল:

১/জেনেৰেল/অ বি চি প্ৰাৰ্থীৰ বাবে-৫০০/- টকা

২/ এচ চি/এচ টি প্ৰাৰ্থীৰ বাবে - ২৫০/- টকা

বাচনি প্ৰক্ৰিয়া:

পৰীক্ষা/ সাক্ষাৎকাৰ

প্ৰাৰ্থীসকলে অফলাইন যোগে The Deputy General Manager (HR),BECIL's Corporate Office, BECIL Bhawan,C-56/A-17,sector-62, Noida-201307(U.P) ঠিকনাত পঠিয়াব লাগিব।

অধিক জানিবৰ বাবে www.becil.com ৱেবচাইটত চাব পাৰিব।