আই আই টি( IIT)হায়দ্ৰাবাদত নিযুক্তি ২০২০

আই আই টি( IIT)হায়দ্ৰাবাদত নিযুক্তি ২০২০

আই আই টি( IIT)হায়দ্ৰাবাদত নিযুক্তি ২০২০

আই আই টি( IIT)হায়দ্ৰাবাদত জুনিয়ৰ টেকনিচিয়ান / ন'ন- টিচিং (non-teaching ) লগতে অন্য পদসমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : ন'ন- টিচিং ( non-teaching )জুনিয়ৰ টেকনিচিয়ান

পদৰ সংখ্যা: ১৫২

শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ ডিগ্ৰী বি.টেক/বি ই/ এম টেক/ এম ই /এম.এচ, স্নাতক ডিগ্ৰী/এম বি বি এছ /বি ভি এচ চি/ আই টি আই

বয়স সীমা:

জুনিয়ৰ টেকনেচিয়ান: ৩৫ বছৰ

মাল্টি স্কিল এচিচটেন্ট: ৩০ বছৰ

বাচনি প্ৰক্ৰিয়া: পৰীক্ষা/সাক্ষাৎকাৰ

কৰ্ম স্থান: হায়দ্ৰাবাদত, টেলাংগানা

ৰেজিস্ট্ৰেচনৰ শেষ তাৰিখ: ১৭/০২/২০২০

প্ৰাৰ্থীসকলে iith.ac.in ৱেবচাইটৰ যোগেদি অনলাইন আবেদন কৰিব লাগিব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com