ইণ্ডিয়ান কোষ্ট গাৰ্ড (Indian Coast Guard)নিযুক্তি ২০২০

ইণ্ডিয়ান কোষ্ট গাৰ্ড (Indian Coast Guard)নিযুক্তি ২০২০
Published on: 

ইণ্ডিয়ান কোষ্ট গাৰ্ড (Indian Coast Guard)নিযুক্তি ২০২০

ইণ্ডিয়ান কোষ্ট গাৰ্ডত এচিচটেন্ট কমানণ্ডেট পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : এচিচটেন্ট কমানণ্ডেট ( গ্ৰুপ-'এ' গেজেটেড অফিচাৰচ)

পদৰ সংখ্যা: ২৫ ( এচ.চি -১৩, এচ.টি ১২)

বয়স: প্ৰাৰ্থীৰ জন্মৰ তাৰিখ ০১/০৭/১৯৯০ ৰ পৰা ৩০/০৬/১৯৯৯ চনৰ ভিতৰত হব লাগিব।

শিক্ষাগত অৰ্হতা: স্নাতক ডিগ্ৰী ৰ নূন্যতম ৫৫% নম্বৰ ত উৰ্ত্তীণ হব লাগিব( বি.ই/ বি.টেক),গণিত আৰু পদার্থ বিজ্ঞান বিষয় থাকিব লাগিব।

কেনেদৰে আবেদন কৰিব : প্ৰাৰ্থীসকলে www.joinimdiancoastguard.gov.in ৱেবচাইটত ত অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব।

আবেদনৰ শেষ তাৰিখ- ১৫/০২/২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : click here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com