আয়ুস সঞ্চালকালয়, অসমত নিযুক্তি ২০২০

আয়ুস সঞ্চালকালয়, অসমত নিযুক্তি ২০২০

আয়ুস সঞ্চালকালয়, অসমত নিযুক্তি ২০২০

আয়ুস সঞ্চালকালয়, অসমত আসাম গেজেটেত পাৰ্ট-IXৰ খালি পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/ অফিচ ছুপাৰভাইজিং এচিচটেন্ট

পদৰ সংখ্যা: ০১( UR)

দৰমহা: ১৪,০০০/- টকাৰ পৰা ৪৯,০০০/- টকা + ৭৪০০/- টকা

শিক্ষাগত অৰ্হতা: স্নাতক, এবছৰীয়া কম্পিউটাৰ ত ডিপ্লোমা।

২/কম্পিউটাৰ অপেৰেটাৰ

পদৰ সংখ্যা: ০১ ( UR)

দৰমহা:১৪,০০০/- টকাৰ পৰা ৪৯,০০০/- টকা + ৬২০০/- টকা

শিক্ষাগত অৰ্হতা: স্নাতক, ছমহীয়া কম্পিউটাৰ ত ডিপ্লোমা।

৩/টাইপিষ্ট/কম্পিউটাৰ অপেৰেটাৰ

পদৰ সংখ্যা: ০১ (OBC)

দৰমহা:১৪,০০০/- টকাৰ পৰা ৪৯,০০০/- টকা + ৬২০০/- টকা

শিক্ষাগত অৰ্হতা: স্নাতক, ছমহীয়া কম্পিউটাৰ ত ডিপ্লোমা।

৪/ড্ৰাইভাৰ

পদৰ সংখ্যা: ০২ (UR-১,OBC- ১)

দৰমহা:১৪,০০০/- টকাৰ পৰা ৪৯,০০০/- টকা + ৫০০০/- টকা

শিক্ষাগত অৰ্হতা : HSLC, LMV Driving License

৫/ (অফিচ পিয়ন)/ গ্ৰেড- IV( চকীদাৰ / নাইট ৱাটচ্ মেন

পদৰ সংখ্যা: ০২ (UR-১,OBC- ১)

দৰমহা:১২,০০০/- টকাৰ পৰা ৩৭,০০০/- টকা + ৩৯০০/- টকা

শিক্ষাগত অৰ্হতা: অষ্টম শ্রেণি উৰ্ত্তীণ

বয়স: ১৮ ৰ পৰা ৩৮ বছৰ (০১-০১-২০২০) এচ চি,এচ চি প্ৰাৰ্থী সকলৰ বাবে বয়স ৰেহাই দিয়া হব।

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ৩ খন পাসপোর্ট ফটোৰ সৈতে নিজ ঠিকনা উল্লেখিত (25 cm ×11cm) এনভেলপত ১০ টকাৰ পোষ্টেল ষ্টাম্প ৰ সৈতে Director of AYUSH, Assam, Banphool Nagar path, Near Housefed, Dispur,Guwahati-781006 ঠিকনাত আবেদন সমূহ পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১৫/০২/২০২০

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com