কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়,অসমত নিযুক্তি ২০২০

কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়,অসমত নিযুক্তি ২০২০

কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়,অসমত নিযুক্তি ২০২০

কাৰিকৰী শিক্ষা সঞ্চালক, অসম ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ৰ বাবে গ্ৰেড- IV ( বেৰিয়াৰ, পিয়ন,চকীদাৰ, ৱৰ্কচপ জুগালী) খালি পদ সমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : গ্ৰেড- IV

পদৰ সংখ্যা: ৩০UR: ১২, OBC: ৮, SC: ২, ST(p):৩, ST(h):২, EWS: ৩]

দৰমহা: ১২,০০০/- ৰ পৰা ৫২,০০০/- টকা +গ্ৰেড পে ৩৯০০/- টকা

শিক্ষাগত অৰ্হতা: ক্লাচ-৮

বয়স: ১৮ ৰ পৰা ৩৮ বছৰ (০১/০১/২০২০)

বাচনি প্ৰক্ৰিয়া:

১/ বাচি উলিওৱা প্ৰাৰ্থীসকলক লিখিত পৰীক্ষাত অৱৰ্তীণ হব।

২/লিখিত পৰীক্ষাৰ তাৰিখ বাতৰি কাকত অথবা ৱেবচাইটত যোগে জনোৱা হব।

৩/ TA/DA প্ৰদান কৰা হব।

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে Directorate of Technical Education , Assam ৰ www.dte.assam.giv.in ৱেবচাইটত ত আবেদন কৰিব লাগিব।

আবেদনৰ শেষ তাৰিখ: ০৩/০৩/২০২০

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com