গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি ২০২০

গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্তি ২০২০
গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম ন্যায়িক সেৱা গ্ৰেড-III ( Assam Judicial Service) ৰ খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: অসম ন্যায়িক সেৱা গ্ৰেড-III
পদৰ সংখ্যা: ২৭[ UR: ১৬, ST(p): ৩ ST(h):8 ]
দৰমহা: ২৭,৭০০-৭৭০/৩৩,০৯০-৯২০-৪০, ৪৫০-১০৮০-৪৪,৭৭০/- টকা
শিক্ষাগত অৰ্হতা: আইন বিষয়ত ডিগ্রীধাৰী।
বয়স: ৪৩বছৰ , ৩৮ বছৰ এচ.চি/এচ.টি প্ৰাৰ্থীৰ বাবে।
বাচনি প্ৰক্ৰিয়া: প্ৰাথমিক পৰীক্ষা ( স্ক্ৰিনিং টেষ্ট), মূল পৰীক্ষা (লিখিত) আৰু সাক্ষাৎকাৰ
আবেদনৰ মাচুল:
ST/SC:২৫০/- টকা
Others: ৫০০/- টকা
PwD : NIL
আবেদনকাৰী সকলে www.ghconline.giv.in ৱেবচাইটত অনলাইন যোগে আবেদন কৰিব লাগিব।
অনলাইন আবেদনৰ শেষ তাৰিখ : ২৬/০২/২০২০ ( ৫:০০)
মাচুল জমা কৰাৰ তাৰিখ: ২৯/০২/২০২০
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click here
অন্য খবৰৰ বাবে পঢ়ক : কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়,অসমত নিযুক্তি ২০২০