চাকৰি

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেড (গেছ ক্ৰেকাৰ)ত চাকৰি

Sentinel Digital Desk

পদৰ নামঃ গ্ৰেজুৱেট/টেকনিচিয়ান এপ্ৰেণ্টিচ।

খালী পদৰ সংখ্যাঃ ৭৬টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে NATS-ৰ portal-www.mhrdnats.gov.in-ৰ পৰা আবেদন জনাব পাৰিব।