খালী পদৰ সংখ্যাঃ ২টা( হিন্দী-ইংৰাজী)।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।
দৰমহাঃ কৰ কৰ্তনৰ পাছত ১ লাখ টকা।
আবেদনৰ নিয়মঃ আবেদন জনোৱাৰ বাবে www.becil.com চাওক। কোনো কথা স্পষ্ট হবৰ বাবে at khuswindersingh@becil.com & hrsection@becil.comৰ সৈতে যোগাযোগ কৰিব পাৰে।