গৱেষণা কৰ্মী নিয়োগৰ বাবে বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ আবেদন আহ্বান

ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে গৱেষণা কৰ্মী( প্ৰকল্প সহযোগী)নিয়োগৰ বাবে আবেদন বিচাৰিছে।
গৱেষণা কৰ্মী নিয়োগৰ বাবে বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ আবেদন আহ্বান
Published on: 

পদৰ নামঃ প্ৰকল্প সহযোগী।

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৪৫ বছৰ।

দৰমহাঃ ৩৬ হেজাৰ টকাৰ লগতে ঘৰভাড়া।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৮-২০২০।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com