Begin typing your search above and press return to search.

পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত অভিযন্তা-কনিষ্ঠ অভিযন্তা নিযুক্তি

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চিভিল অভিযন্তা-কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত  অভিযন্তা-কনিষ্ঠ অভিযন্তা নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Aug 2020 1:30 PM GMT

পদৰ নামঃ সহকাৰী চিভিল অভিযন্তা

খালী পদৰ সংখ্যাঃ ২২২টা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ২১ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ'ব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ, অ বি চি-এম অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব। শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।

দৰমহাঃ ৩০হেজাৰ টকাৰ পৰা ১,১০,০০০টকা।

কনিষ্ঠ অভিযন্তা(চিভিল) খালী পদৰ সংখ্যাঃ ৩৪৪টা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ২১ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ'ব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ, অ বি চি-এম অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব। শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।

দৰমহাঃ ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

আবেদন এ পি এছ চিৰ ৱেবছাইট www.apsc.nic.in-ৰ পৰা ডাউনলোড কৰিব পাৰিব। ঠিকনাঃ Deputy Secretary, APSC, Jawaharnagar, Khanapara, Guwahati-781022.

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

আৰু চাব পাৰেঃ আই টি আই লিমিটেডত কাৰ্যবাহী সঞ্চালকৰ পদখালী

Next Story
চাকৰি