আই টি আই লিমিটেডত কাৰ্যবাহী সঞ্চালকৰ পদখালী

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আই টি আই লিমিটেডে কাৰ্যবাহী সঞ্চালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
আই টি আই লিমিটেডত কাৰ্যবাহী সঞ্চালকৰ পদখালী
Published on

পদৰ বিৱৰণঃ কাৰ্যবাহী সঞ্চালক(প্ৰকল্প/ প্ৰযুক্তিবিদ্যা)

খালী পদৰ সংখ্যাঃ ২টা।

বয়সৰ সীমাঃ ৫৫ বছৰৰ তলত।

দৰমহাঃ ভাট্টা, ঘৰভাড়াকে ধৰি মুঠ দৰমহা ১,১১,৬৭৩টকা।

আবেদন( অনলাইন) গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৮-২০২০। অহা ২ ছেপ্টেম্বৰলৈকে হাৰ্ডকপি জমা দিব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com