Begin typing your search above and press return to search.
হিন্দুস্তান কপাৰ লিমিটেডত এপ্ৰেণ্টিচ নিযুক্তি
হিন্দুস্তান কপাৰ নিমিটেডৰ তালোজা প্ৰকল্পত এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ০৮টা।
বয়সৰ সীমাঃ ২০২০ৰ ১ আগষ্টত সৰ্বোচ্চ ২৫ বছৰ। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু অ' বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব। শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৯-২০২০।
আবেদনৰ নিয়মঃ www.apprenticeship.gov.in-ত পঞ্জীয়ন কৰাব লাগিব।
আৰু চাব পাৰেঃ আই চি এম আৰৰ আঞ্চলিক মেডিকেল গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী নিযুক্তি
Next Story