চাকৰি

বি এছ এফত কনিষ্টবল নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৭টা।

দৰমহাঃ মাহিলী ২১,৭০০টকাৰ পৰা ৬৯,১০০টকা।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৪৫বছৰতকৈ অধিক হ'ব নালাগিব।

চাকৰিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-১০-২০২০।

কাৰ্যালয়ৰ ঠিকনাঃ Dy. Inspector General (Staff), Directorate General, BSF, Block No.4, CGO Complex, Lodhi Road, New Delhi – 110003।

প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।