চাকৰি

কেন্দ্ৰীয় কেবিনেট সচিবালয়ত অবৰ সচিব নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ 0 ১টা। বয়সৰ সীমাঃ ডেপুটেচনত নিযু্ক্তিৰ ক্ষেত্ৰত আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-১০-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা, শাৰীৰিক দক্ষতা পৰীক্ষা আৰু সাক্ষাতকাৰ।

কাৰ্যালয়ৰ ঠিকনাঃ Under Secretary (Pers.C), Cabinet Secretariat, Government of India, Room No.1001, 10th Floor, B-1 Wing, Pt. Deen Dayal Antyodaya Bhawan, CGO Complex, Lodhi Road, New Delhi।