চাকৰি

কেন্দ্ৰীয় কেবিনেট সচিবালয়ৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১২টা।

বয়সৰ সীমাঃ ১৫-০৫-২০২০ত ১৮ ৰ পৰা ২৭ বছৰৰ ভিতৰত হব লাগিব।

দৰমহাঃ ২১,৭০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা, শাৰীৰিক দক্ষতা পৰীক্ষা আৰু সাক্ষাতকাৰ।