উচ্চতম ন্যায়ালয়ত অট্টালিকা তদাৰকী নিয়োগ

উচ্চতম ন্যায়ালয়ে অট্টালিকা তদাৰকী( Building Supervisor) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
উচ্চতম ন্যায়ালয়ত অট্টালিকা তদাৰকী নিয়োগ

খালী পদৰ সংখ্যাঃ ৮টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৯-০৮-২০২০।

দৰমহাঃ ৪৭,৬০০টকা।

বয়সৰ সীমাঃ ০১-০৮-২০২০-ত ৩০ বছৰতকৈ কম হব লাগিব।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ Registrar (Recruitment cell), Supreme Court of India, Tilak Nagar, New Delhi.লৈ আবেদন প্ৰেৰণ কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com