চাকৰি

কেন্দ্ৰীয় বৈজ্ঞানিক আহিলা সংস্থাত পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ২টা।

দৰমহাঃ মাহিলী ৬৭হেজাৰ টকা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৪০বছৰ।

নিযুক্তিৰ স্থানঃ চণ্ডীগড়।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৯-০৭-২০২০।

সবিশেষ জানিবলৈ https://www.csio.res.in/Recruitment.php চাওক।