চাকৰি

চেণ্টাৰ ফ'ৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিঙত পদ খালী

Sentinel Digital Desk

পদৰ নামঃ Adjunct Engineer- Service Delivery Manager/Co-ordination

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ ৫৭বছৰ।

দৰমহাঃ শিক্ষাগত অৰ্হতা, অভিজ্ঞতা, পাৰদৰ্শিতা আদিত ভিত্তী কৰি ঔদ্যোগিক মান অনুসৰি।

নিযুক্তিৰ স্থানঃ পুনে।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।