Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ প্ৰতিষ্ঠানৰ চাকৰিৰ আবেদন আহ্বান

নেচনেল জালমা ইনষ্টিটিউট ফৰ লেপ্ৰোছী এণ্ড মাইক্ৰোবেক্টেৰিয়েল ডিজিজিছে বায়োটেকনোলজিষ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ প্ৰতিষ্ঠানৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Aug 2020 2:33 PM GMT

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ আগ্ৰা।

দৰমহাঃ মাহিলী ৬৫ হেজাৰ টকা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৬৫ বছৰ।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ www.jalma-icmr.org.in /www.icmr.nic.in চাওক।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ অ' এন জি চিত চিকিত্সা বিষয়া নিযুক্তি

Next Story
চাকৰি