চাকৰি

পশু চিকিৎসক নিযুক্তিৰ বাবে ক'মফেডৰ আবেদন আহ্বান

Sentinel Digital Desk

নিযুক্তিঃ বিহাৰ ৰাজ্যিক দুগ্ধ সমবায় ফেডাৰেচন লিমিটেডৰ দ্বাৰা নিযুক্তি ৷

খালী পদৰ সংখ্যাঃ ২৯টা ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০চেপ্টেম্বৰ, ২০২০ ৷

শিক্ষাগত অৰ্হতাঃ পশু চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী ৷

বয়সৰ সীমাঃ ১৮ৰ পৰা ৪০বছৰ ৷ অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব ৷

দৰমহাঃ ৯, ৩০০টকাৰ পৰা ৩৪, ৮০০টকা ৷