চাকৰি

ভাৰতীয় কঁপাহ নিগমত সঞ্চালক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ১,৬০,০০০ টকাৰ পৰা ২,৯০,০০০ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

ঠিকনাঃ Secretary, Public Enterprises Selection Board, Public Enterprises Bhawan, BlockNo. 14, CGO Complex, Lodhi Road, New Delhi-110003 ।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰৰ বাবে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰস্তুতৰ কৰ্তৃত্ব বৰ্ডৰ অধিকাৰ আছে।

আবেদন জনোৱাৰ বাবে http://pesbonline.gov.in চাওক।

সবিশেষ জানিবলৈ https://pesb.gov.in/Home/Vacancies চাওক।