কনিষ্টবল নিযুক্তিৰ বাবে আই টি বি পিৰ আবেদন আহ্বান

ইণ্ডো-তিব্বতী সীমান্ত আৰক্ষী বাহিনী(আই টি বি পি)-য়ে কনিষ্টবল (সাধাৰণ কৰ্তব্য) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
কনিষ্টবল নিযুক্তিৰ বাবে আই টি বি পিৰ আবেদন আহ্বান

খালী পদৰ সংখ্যাঃ ৫১টা।

বয়সৰ সীমাঃ ২৬-০৮-২০২০ত ১৮-ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ'ব লাগিব।

দৰমহাঃ ২১,৭০০ টকাৰ পৰা ৬৯,১০০টকা।

প্ৰাৰ্থী বাছনিঃ শাৰিৰীক মান পৰীক্ষা আৰু বিশদ স্বাস্থ্য পৰীক্ষা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৮-২০২০।

আবেদনৰ নিয়মঃ আই টি বি পিৰ ৱেবচাইট http://www.recuitment.itbpolice.nic.in-ৰ জৰিয়তে অনলাইন আবেদন জনাব পাৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com