খালী পদৰ সংখ্যাঃ ২টা।
বয়সৰ সীমাঃ ৫০ বছৰতকৈ কম।
দৰমহাঃ মাহিলী ২৯,৮৩৫টকা।
নিযুক্তিৰ স্থানঃ জম্মু ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-০৮-২০২০।
প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু মৌখিক সাক্ষাতকাৰ।
আবেদনৰ নিয়মঃ www.crpf.gov.in চাব পাৰে।
আৰু চাব পাৰেঃ গুৱাহাটীত আধাৰ কৰ্তৃপক্ষত শাখা বিষয়াৰ প্ৰয়োজন