চাকৰি

চি আৰ পি এফত সহকাৰী উপ-পৰিদৰ্শক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১৫৮টা।

দৰমহাঃ মাহিলী ২৯হেজাৰ দুশ টকাৰ পৰা ১,২৫,০০০টকা।

নিযুক্তিৰ স্থানঃ ভূপাল।

বয়সৰ সীমাঃ ৩১-০৮-২০২০ত ২৫ৰ পৰা ৩০বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

সবিশেষ জানিবলৈ http://www.davp.nic.in/WriteReadData/ADS/eng_19140_1_2021b.pdfচাওক।