চাকৰি
জ্যেষ্ঠ পৰিসংখ্যা সহায়ক নিয়োগৰ বাবে ইউ জি চিৰ আবেদন আহ্বান
বিশ্ববিদ্যালয় অনুদান আয়োগ(ইউ জি চি)-এ জ্যেষ্ঠ পৰিসংখ্যা সহায়ক নিয়োগৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ১১টা।
দৰমহাঃ ৩৫,৪০০টকাৰ পৰা ১,১২,৪০০টকা।
নিযুক্তিৰ স্থানঃ আয়োগৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ৰ লগতে গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন স্থানত।
বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫ বছৰ।
শিক্ষাগত অৰ্হতাঃ পৰিসংখ্যাৰ স্নাতকোত্তৰ ডিগ্ৰী। অথবা অৰ্থনীতি/বাণিজ্যৰ (পৰিসংখ্যাক এটা বিষয়ৰূপে অধ্যয়ন কৰা হব লাগিব)স্নাতকোত্তৰ ডিগ্ৰী।
অভিজ্ঞতাঃ ২বছৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।
সবিশেষ জানিবলৈ https://www.ugc.ac.in/pdfnews/4372320_SSA-Job-Advertisement.pdf চাওক।
আৰু চাব পাৰেঃ তেজপুৰ মেডিকেল কলেজ হাস্পতালত পদখালী

