চাকৰি

চি আৰ পি এফত বিশেষজ্ঞ চিকিত্সা বিষয়া নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৬৯টা।

দৰমহাঃ মাহিলী ৮৫হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, শিলচৰ, মুজাফৰনগৰ, গান্ধীনগৰ, ৰাঁচী, কোচিন-কোচি-এৰ্ণাকুলাম, ভূপাল, নাগপুৰ, নতুন দিল্লী, এলাহাবাদ আদি।

মৌখিক সাক্ষাতকাৰৰ তাৰিখঃ ১৫-০৯-২০২০ আৰু ১৬-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত শিক্ষাগত অৰ্হতা, বয়স, অভিজ্ঞতা আদিৰ প্ৰমাণপত্ৰ আনিব লাগিব। আগ্ৰহী চিকিত্সকে সাক্ষাতকাৰত অৱতীৰ্ণ হ'ব পাৰে।

শিক্ষাগত অৰ্হতাঃ সংশ্লিষ্ঠ বিশেষীকৃত শাখাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।