চাকৰি

উপায়ুক্তৰ কাৰ্য্যালয় কোকৰাঝাৰত নিযুক্তি ২০২০

Sentinel Digital Desk

উপায়ুক্তৰ কাৰ্য্যালয় কোকৰাঝাৰত নিযুক্তি ২০২০

অসম চৰকাৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয় কোকৰাঝাৰত ইচ্ছুক প্ৰাৰ্থীৰ পৰা অফিচ পিয়নৰ খালি পদ পূৰণৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: অফিচ পিয়ন

পদৰ সংখ্যা: ০১

দৰমহা: ১২,০০০/-ৰ পৰা ৩৭,৫০০/+ ৩,৯০০/-গ্ৰেড পে প্ৰতি মাহ

বয়স: ১৮ৰ পৰা ৩৮ (০১/০১/২০২০)

শিক্ষাগতঅৰ্হতা: ক্লাছ ৮ উৰ্ত্তীণ।

শেষ তাৰিখ: ১৭/০৩/২০২০

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থী সকলে আবেদনসমূহ প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে Deputy Commissioner, Kokrajhar, PO/ PS.& Dist. Kokrajhar, Assam, PIN-783370 পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১৭/০৩/২০২০

সৱিশেষ জানিবলৈ: click here