চাকৰি

ডি আৰ ডি অ'ৰ গৱেষণা প্ৰতিষ্ঠানত জে আৰ এফ নিয়োগ

Sentinel Digital Desk

নিযুক্তকাৰী প্ৰতিষ্ঠানঃ Defence Electronics Research Laboratory।

পদঃ জুনিয়ৰ ৰিচাৰ্ছ ফেলো।

খালী পদৰ সংখ্যাঃ সাতটা।

বয়সক সীমাঃ সৰ্বোচ্চ ২৮ বছৰ।

শিক্ষাগত অৰ্হতাঃ প্ৰথম শ্ৰেণীৰ বি ই/বি টেক। তদুপৰি নেট বা গে'ট থকা হব লাগিব।