চাকৰি
বিভিন্ন অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চতুৰ্থবৰ্গৰ পদখালী
নিম্নোক্ত জিলাসমূহৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহত চতুৰ্থবৰ্গৰ পদৰ বাবে কাৰিকৰী শিক্ষা সঞ্চালকালয়ে আবেদন বিচাৰিছে।
পদসমূহ
চতুৰ্থবৰ্গৰ পদ( বীয়েৰাৰ, পিয়ন, চকীদাৰ, যোগালী আদি)
মুঠ খালী পদৰ সংখ্যাঃ ৫৫টা।
ইয়াৰে ১১ টা তিনিচুকীয়া পলিটেকনিকত, ১১টা মৰিগাঁও পলিটেকনিকত, ১১টা চিৰাং, আৰু ১১ টা হাইলাকান্দি পলিটেকনিকৰ।
দৰমহাঃ মাহিলী ১২ হেজাৰৰ পৰা ৫২ হেজাৰ টকা।
বয়সৰ সীমাঃ ০১-০১-২০২০ত প্ৰাৰ্থীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব।
আবেদনৰ নিয়মঃ অনলাইন আবেদন জনাব লাগিব। ইয়াৰ বাবে www.dte.assam.gov.in চাওক।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৯-২০২০।