Begin typing your search above and press return to search.

বিভিন্ন অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চতুৰ্থবৰ্গৰ পদখালী

নিম্নোক্ত জিলাসমূহৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহত চতুৰ্থবৰ্গৰ পদৰ বাবে কাৰিকৰী শিক্ষা সঞ্চালকালয়ে আবেদন বিচাৰিছে।

বিভিন্ন অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চতুৰ্থবৰ্গৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2020 1:13 PM GMT

পদসমূহ

চতুৰ্থবৰ্গৰ পদ( বীয়েৰাৰ, পিয়ন, চকীদাৰ, যোগালী আদি)

মুঠ খালী পদৰ সংখ্যাঃ ৫৫টা।

ইয়াৰে ১১ টা তিনিচুকীয়া পলিটেকনিকত, ১১টা মৰিগাঁও পলিটেকনিকত, ১১টা চিৰাং, আৰু ১১ টা হাইলাকান্দি পলিটেকনিকৰ।

দৰমহাঃ মাহিলী ১২ হেজাৰৰ পৰা ৫২ হেজাৰ টকা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত প্ৰাৰ্থীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব।

আবেদনৰ নিয়মঃ অনলাইন আবেদন জনাব লাগিব। ইয়াৰ বাবে www.dte.assam.gov.in চাওক।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৯-২০২০।

আৰু চাব পাৰেঃ সহকাৰী অভিযন্তা-কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

Next Story